Dimpu Da’r Logot Kanyakumari Tamil Naduত আজি কি কি কৰিলোঁ? 😍 | Daily Vlog #14 | Assamese Vlog

WhatsApp YouTube
28K views · 3 days ago
Aji amar Assamese Daily Vlog No. 14 ❤️ Aji Dimpu Da’r logot Kanyakumari, Tamil Nadu আহিলোঁ। 🇮🇳 Aji’r vlog ত Kanyakumari ৰ journey আৰু আজিৰ দিনটোৰ experience তোমালোকৰ লগত share কৰিছোঁ। Assamese vlog ৰ মাজেৰে South India explore কৰাৰ এই journey টো তোমালোকেও enjoy কৰিবা বুলি আশা কৰিছোঁ। ভিডিঅ’টো শেষলৈকে চাবা আৰু comment কৰি জনাবা কেনেকুৱা লাগিল। ভিডিঅ’টো ভাল লাগিলে Like, Share আৰু Subscribe কৰিবলৈ নাপাহৰিবা ❤️ #AssameseVlog #DailyVlog #Vlog14 #DimpuDa #Kanyakumari #TamilNadu #AssameseYouTuber #AssameseVlogger #TravelVlog #Assam

Comments

    Be kind. No links. Comments can be removed by TubeTamils.